Bhogali Bihu 2021: wishes, images, Status, quotes in English & Assamese

Happy Bhogali Bihu 2021: wishes, images, Status, quotes in English & Assamese: মাঘ বিহু (bhogali bhihu) অসমৰ জাতীয় জীৱনৰ লগত ওতঃপ্রোত ভাৱে জড়িত উৎসৱ ।

পুহ-মাঘৰ সংক্ৰান্তিৰ দিনাভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়।

Bhogali Bihu 2021: wishes, Status, quotes in English

wish you all happy Bhogali bihu 2020

Wish You Happy Bhogali Bihu all My FB Friendssss….

Wish you all a very happy Bogali bihu & A very happy Bengali New year to all my 

Wish you All a very Happy & prosperous Magh Bihu in advance ❤❤❤

Wish you all a very Happy Magh Bihu in advance.

Wish you all a very happy Bhogali Bihu……may your life be as joyful & colourful as BHOGALI BIHU!!!

Wish you all a very happy Bhogali Bihu. May this Bihu Brings a lot of happiness, success, good health and prosperity to you what last with you forever and stay blessed and happy always.

Wishing you and your family a very Happy Bhogali/Magh Bihu.
May your lives be as colourful as the Spring.

Magh Bihu 2021: wishes, images, Status, quotes in English & Assamese

Happy Magh Bihu 2021: wishes, Status, quotes In Assamese

সকলোকে আগতিয়াকৈ মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ❤️

সমূহ অসমবাসী ৰাইজলৈ চেনেহৰ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছোঁ…

ভোগালী বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালো

সকলােলৈকে ভােগালী বিহুৰ
হিয়াভৰা শুভেচ্ছা জনালাে,
ভােগালীয়ে সকলােৰে জীৱনলৈ
কঢ়িয়াই আনক আনন্দৰ বতৰা।

আপােনাৰ লগতে আপােনাৰ
পৰিয়ালৰ প্ৰতিজন সদস্যলৈ
ভােগালীৰ উৰুকা আৰু মাঘ বিহুৰ
আন্তৰিক শুভকামনা আৰু
হিয়াভৰা শুভেচ্ছা জনালোঁ৷

ভােগালীয়ে লৈ আহক সুখ আৰু সমৃদ্ধিৰ বতৰা,
মেজিৰ জুইত নিপাত যাওক অসূয়া- অমংগল
অসমবাসী ৰাইজলৈ
ভােগালী বিহুৰ আন্তৰিক শুভেচ্ছাৰে…

সকলােৰে আহি থকা দিনু বােৰ সুখ সমৃদ্ধি, শান্তি আৰু
ভােগালীৰ ভােগেৰে উপচি পৰকতাৰেই শুভকামনাৰে
জনালাে আপােনাক আৰু আপােনাৰ পৰিয়ালৰ সকলােকে
ভােগালী বিহুৰ আন্তৰিক শুভেচ্ছা

Bhogali Bihu 2021: wishes, images, Status, quotes in English & Assamese

সমূহ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিলাে।
মেজিৰ জুইত নিপাত যাওক হিংসা, দ্বেষ আৰু সমাজৰ অসূয়া।।

অসমীয়াৰ আদৰৰ ভােগালী বিহুটি আহি দুৱাৰদলিত…
ভােগালীৰ মেজিৰ জুই য়ে দাহ কৰক, অসমীয়াৰ
বিভিন্ন সমস্যা,দুখ আৰু জাতিৰ শৰু ক…
তাৰে কামনা কৰিলোঁ।

আপােনালৈ তথা আপােনাৰ পৰিয়ালৰ সকলােলৈকে ভােগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ.

সমূহ ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ এই মেজিৰ জুইত নিপাত যাওক সকলাে অসূয়া-অপ্রীতি
প্রতিজন অসমীয়াৰ জীৱনলৈ নামি আহক সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা। তাৰেই কামনাৰে..

ভােগালীয়ে সকলােৰে মনবােৰ সমৃদ্ধ কৰক, কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস…
ভােগালী বিহুৰ বিহুৰ আন্তৰিক ওলগ জনাইছোঁ।

Leave a Comment